Moloyar Dupakhit - Hiya Diya Niya 2000

Moloyar Dupakhit - Hiya Diya Niya 2000

NRM Video

4 года назад

530,545 Просмотров

Ссылки и html тэги не поддерживаются


Комментарии:

sanjana begum
sanjana begum - 20.10.2023 18:08

Golden days

Ответить
lina doley
lina doley - 12.10.2023 14:00

2023 snt hnisu .huni huni amni lalage❤❤

Ответить
RupamKakati
RupamKakati - 10.10.2023 18:46

বহুত ভাল লাগে যেতিয়া মা - দেউতাৰ কণ্ঠত এই পুৰণি পুৰণি বোলছবি সমূহৰ গীতবোৰ সোৱৰাই থকা শুনিবলৈ পাওঁ 🥺❣️ সচাঁকৈ জুবিন দা আপোনাৰ কণ্ঠত এক মধুৰ সমাদৰ আছে ❤

Ответить
MR. Laba Sarmah
MR. Laba Sarmah - 08.10.2023 16:41

যেতিয়া সৰু আছিলো তেতিয়া খুৰাই এই গানটো খুউব বজাইছিল। তেতিয়া টেপত শুনিছিলো । গানটো বজাৰ লগে লগে মই খুৰাহঁতৰ ঘৰলৈ দৌৰ মাৰিছিলো। কিমান যে ভাল লগা আছিল সেইদিন বোৰ 😢😢😢। সেই সুখবোৰ যেন এতিয়া ক'তোয়েই বিচাৰি নাপাওঁ 😢😢

Ответить
Niloy Kumar Dutta
Niloy Kumar Dutta - 05.10.2023 15:32

I am giving like👍👍 to the comments here so that they can come back and live some minutes of their lives listening to this masterpiece again. 🤗🤗🤗🤗

Ответить
Human First 🥇
Human First 🥇 - 04.10.2023 14:27

জুবিন গাৰ্গ অসমীয়াৰ আৱেগ ❤😢

Ответить
My vlog...
My vlog... - 27.09.2023 22:43

One of my favorite song any language

Ответить
Abhijit
Abhijit - 24.09.2023 10:35

2023 24Sep

Ответить
Black Hawk LJP
Black Hawk LJP - 19.09.2023 05:36

সেই সময়ত মোৰ বয়স ৫বছৰ আছিলে৷😢

Ответить
Pronobjyoti Medok
Pronobjyoti Medok - 17.09.2023 13:31

❤❤❤❤❤😂😂😂

Ответить
pranjit
pranjit - 16.09.2023 10:30

২০২৩ চনৰ ১৬ ছেপ্টেম্বৰ দিনটোতো এই গীতটি যোগেদি নিজক বিচাৰি পাওঁ । ❤🎉🎉

Ответить
Pranjal Das
Pranjal Das - 05.09.2023 19:15

মলয়াৰ দুপাখিত

মোৰ মনৰ বতৰা

পঠিয়ালো তোমালে

তুমি আদৰি ল’বা

পালোঁ বতৰা

কিযে বুকু ভৰা

মোৰে মন বননিত

তুলিলে ঢৌ সুৰীয়া

গানে গানে তুমি মোৰ

সুৰে সুৰে তুমি মোৰ

দূৰে দূৰে নৰ’বা মোৰ

পাও যেন কাষতে মোৰ

তেজে তেজে তুমি মোৰ

হোৱা যুৰীয়া

মলয়াৰ দুপাখিত

মোৰ মনৰ বতৰা

পঠিয়ালো তোমালে

তুমি আদৰি ল’বা



অনুভৱী হিয়াতো

দুচকু সীমনাতো

যাযাবৰী ভাৱনাতো

তুমিয়ে আছা

পুৱতিৰে কোলাতো

সন্ধিয়াৰে আঁচলতো

বাৰে বাৰে বিচাৰো

কাষলে’ আহা

আহিছো আহিছো তুমি

মোলে’ চোৱা

তেজে তেজে তুমি মোৰ

হোৱা যুৰীয়া

মলয়াৰ দুপাখিত

মোৰ মনৰ বতৰা

পঠিয়ালো তোমালে

তুমি আদৰি ল’বা

পালোঁ বতৰা

কিযে বুকু ভৰা

মোৰে মন বননিত

তুলিলে ঢৌ সুৰীয়া



উৰো উৰো উশাহে

দুৰু দুৰু বুকুৱে

মৰো মৰো হেঁপাহে

তোমাকে ধিয়াই

নাচো নাচো পোহৰে

জ্বলো জ্বলো সূৰুযে

ফুলো ফুলো ফুলেও

তোমাৰ কথা কয়

আছো কাষতে দুহাতে

বিচাৰি লোৱা

তেজে তেজে তুমি মোৰ

হোৱা সুৰীয়া

Ответить
Anisha raj
Anisha raj - 02.09.2023 18:34

Moi rati xodai xuwar time t xunu

Ответить
DEBASISH DUTTA
DEBASISH DUTTA - 24.08.2023 22:11

❤❤❤❤❤uff ei gaanbur amar childhood bur monot pore

Ответить
Rinku Borah
Rinku Borah - 10.08.2023 21:26

Evergreen song

Ответить
Himashri Sonowal
Himashri Sonowal - 04.08.2023 16:32

Favorite song🎵 😍

Ответить
Assamese Gk Khajana
Assamese Gk Khajana - 18.07.2023 16:51

We are not looking for these old songs, we are looking for the memories they hold.

Ответить
Pankaj Roy
Pankaj Roy - 18.07.2023 11:09

Assamese film nice song...... ❤️❤️

Ответить
Amlan Boruah
Amlan Boruah - 16.07.2023 09:26

আমাৰ মাহী বিয়া ২০০৪ ...তেতিয়া বিয়াত প্ৰথম ভিডিঅ কেমেৰা আহিছিল। এতিয়া বিয়া ভিডিঅ দিছ খন চালে মনত পৰি যায়...অকল হিয়া দিয়া নিয়া গান...উফ কি দিন আছিল। ❤😢

Ответить